চৰকাৰী চাকৰি সকলো যুৱক-যুৱতীৰ বাবে এক বাস্তৱ সপোন। যাৰ কাৰণে কিমানে কিমান কষ্ট কৰিবলগীয়া হয়,কষ্ট কৰাজনে গম পায়। তাৰ মাজতে প্ৰায় কমসংখ্যকহে চাকৰি লাভ কৰে। এয়া বাস্তৱ। যাক কোনেও নস্যাৎ কৰিব নোৱাৰে। কিন্তু আমাৰ সমাজত চাকৰি পোৱাজনক বৰপীৰা পাৰি দিয়ে। চাকৰি নোপোৱাজনক কথা শুনায় তাতে যদি আকৌ স্কুল ক...
আমাৰ শিক্ষা জীৱনৰ লগত শিক্ষকৰ এক গুৰুত্বপূৰ্ণ অৰিহণা আছে। যাৰ তত্বাৱধানত আমি জ্ঞান লাভ কৰোঁ। সেয়ে সকলোৰে জীৱনত পিতৃ-মাতৃৰ পিছতেই শিক্ষাগুৰুৰ স্হান। এই কথা কোনেও উলাই কৰিব নোৱাৰে। এগৰাকী শিক্ষক সকলোৰে আদৰ্শ হোৱা উচিত। মোৰ মতে শিক্ষকতা বৃত্তি নহয়, ই এই সাধনাহে। কাৰণ মানৱ জাতিক অজ্ঞান এন্ধাৰ জগতৰ পৰ...
শিৰোনাম:উৰা বাতৰি( অণুগল্প) ।।নাম বৰুৱানী ,কাম গৃহিণী ,মূৰ তুলিব নোৱাৰা কামৰ ব্যস্ততাত পাৰ হয় দিন ৰাতি।। গোহালি ঘৰত ঘাঁহ কেইকোচামান যোগান ধৰি গাটো সামান্য তিয়াই বৰুৱানী আবেলিৰ ভাতসাজৰ বাবে পাক ঘৰত সোমালহি।আনপিনে পাকঘৰৰ গাতে লাগি থকা শোৱনি কোঠাত কণ কণ ল'ৰা ছোৱালীহঁতে গাঁৱলীয়া ঠাচৰ খেলৰ মন্ত্ৰ জঁপিব...
হে জীৱ শ্ৰেষ্ঠ মানৱ চোৱা এবাৰ মোৰ ফালেএটি অন্ত দৃষ্টি ৰেআৰু অনুভৱ কৰামোৰ কি ভুল আছিল আৰু কি অপৰাধ যাৰ বাবে ম ই এই শাস্তি ভূগিছো। গৰ্ভ ত মোৰ ক'লা হীৰা বুকুত সেউজী বননি। সেইবাবেই সবলা তুমি মোক ভুকাতোৰ। হিংশ্ৰ জন্তুৰ দৰে আক্ৰম...
নৈতিক শিক্ষাৰ দ্বাৰা এজন মানুহক নৈতিক ভাৱে সু-পৰিচালিত তথা শৃংখলাবদ্ধতাৰে নিয়ন্ত্ৰিত কৰিব পাৰি। নৈতিক শিক্ষাৰে শিক্ষিত হʼলেহে এজন মানুহ নৈতিকতাৰে নিজৰ কৰ্মময় জীৱনটোক এক সুস্হিৰ গতি দিব পাৰিব। অন্যথা জীৱনৰ প্ৰতিটো ক্ষণত ব্যৰ্থতাই লগ দিব। এই ব্যৰ্থতাই মানুহক ভিতৰৰ পৰা পংগু যি পেলাব। সেয়েহে মানৱ জী...
ধূলি কণা চহৰৰ নিৰ্জন নিশাবোৰ দেখাত বৰ ভয় লগা নহয়।। চৰকাৰে ব্যৱস্থা কৰি দিয়া Street Light ৰ পোহৰবোৰে আন্ধাৰহীন কৰি তুলিছে প্ৰতিটো উপপথক। নিস্তব্ধ হৈ পৰা চহৰখনৰ দাঁতিবোৰ... কেইটামান লেতেৰা কুকুৰৰ বিচৰণ স্থলী। হয়..সমাজৰ চকুত সিহঁতবোৰ লেতেৰা, কিয়নো সিহঁতৰ নাই পৰিষ্কৃত শৰীৰ, নাই দেহৰ সু-আকাৰ,, ভ...
গল্প: "শ্বহীদ ক'ত জোৱানৰ মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ'লো মই কিয়... ডঃ ভূপেন হাজৰিকা দেৱৰ এই বিখ্যাত কালজয়ী গীতটি জয়শ্ৰীৰ খুবেই প্রিয়...।যেতিয়াই মন যায় তেতিয়াই শুনে...।স্বামী নয়নক একেবাৰে কাষতে পোৱাৰ নিচিনা অনুভৱ হয় তাইৰ।দেশৰ সুৰক্ষাৰ বাবে বীৰৰ ...
# গল্প খেল ভঙাৰ খেল ________________ " অকলে আপোন মনে ওমলি আছিলো , ফুটুকাৰ ফেন সোপা ধুলি মাটি লৈ , ব-জৌ গুটিৰ তলত । তুমি লৱৰি আহি উজুটি মাৰিলা , খেল ভাগি গ'ল । উচুপি উচুপি ইমান কান্দিলো , তুমি আচৰিত হৈ মুখলৈ চালা ; উৱা , কা...
নুফুলা ফুলৰ ইতিকথা (বুৰঞ্জীমূলক গল্প) আজি তাৰ এনায়েকলৈ খু-উ-ব মনত পৰিছে । এনায়েকৰ বুকুৰ উমত সোমাই আকৌ এবাৰ ফেঁকুৰি উঠিবৰ মন গৈছে…। "ৰাজকোঁৱৰে কান্দিলে বেয়া দেখি ছ্যু…মোৰ সোণ, তই চাওফা হ'ব লাগিব । চাওফাই যদি কান্দে প্ৰজাই তোক জানো সন্মান কৰিব !! নাহাঁহিবনে বাৰু কান্দুৰা ৰজা বুলি… !" ...
নিশাহৰ পিছৰ উশাহটো _______________ # গল্প ✍???? ঝৰ্ণা গগৈ, লখিমপুৰ ( নিম্নলিখিত গল্পটি সম্পূৰ্ণ কাল্পনিক , ইয়াৰ লগত বাস্তৱ জীৱনৰ কোনো সম্পৰ্ক নাই । ) : ঐ প্ৰয়াশী , ল'ৰাজন আকৌ আহিছে আজি চা !! পিছফালে ঘূৰি চালে তাই । হয় , ৰয়েল এনফিল্ড্ খনত এক বিশেষ ভংগীমাত আউজি ...
নিশাহৰ পিছৰ উশাহটো _______________ # গল্প ✍???? ঝৰ্ণা গগৈ, লখিমপুৰ ( নিম্নলিখিত গল্পটি সম্পূৰ্ণ কাল্পনিক , ইয়াৰ লগত বাস্তৱ জীৱনৰ কোনো সম্পৰ্ক নাই । ) : ঐ প্ৰয়াশী , ল'ৰাজন আকৌ আহিছে আজি চা !! পিছফালে ঘূৰি চালে তাই । হয় , ৰয়েল এনফিল্ড্ খনত এক বিশেষ ভংগীমাত আউজি ...
শ্ৰেণীকোঠাৰ পৰিচালনাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আৰু দায়িত্ব ত্ৰেৱাথা (Trewatha) আৰু নিউপ'ৰ্ট (Newport) ৰ মতে, "পৰিচালনা এক প্ৰক্ৰিয়া য'ত ব্যক্তিয়ে পূৰ্বনিৰ্ধাৰিত উদ্দেশ্যত উপনীত হ'বৰ বাবে মানৱ আৰু বস্তুনিষ্ঠ সম্পদসমূহৰ ব্যৱহাৰ কৰে । এই প্ৰক্ৰিয়াটোৱে পৰিচালনাৰ পৰিকল্পনা, সংগঠন, অগ্ৰহৰ, নিয়ন্ত...