Browse Questions » অসমৰ জনপ্ৰিয় উপন্যাসৰ তালিকাখনৰ অন্যতম এখন উপন্যাস হল "অসীমত যাৰ হেৰাল সীমা" । এই উপন্যাসখনৰ জনপ্রিয়তাৰ কাৰণ কি?
People Who Liked This Question

Other Question from Owner

অসমৰ জনপ্ৰিয় উপন্যাসৰ তালিকাখনৰ অন্যতম এখন উপন্যাস হল "অসীমত যাৰ হেৰাল সীমা" । এই উপন্যাসখনৰ জনপ্রিয়তাৰ কাৰণ কি? Open

0
অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ তথা জন্মান্তৰবাদৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ ১৫ জুলাইত।
Answers(1)
2

এইখন এখন মনোৰম উপন্যাস। কিতাপখন পঢ়ি থাকোতে ইয়াৰ প্ৰত্যেকটো দৃশ্যই চকুৰ আগত ভাহি উঠে। লিখকে কিতাপখনৰ প্ৰত্যেকটো বৰ্ণনা এনেদৰে দিছে যেন সকলোবোৰ চকুৰ সমুখতেই ঘটি আছে। সুখ-দুখ, হাঁহি-কান্দোন সকলোবোৰৰ এক অপূৰ্ব সমাহাৰ আছে এই কিতাপখনত।