Browse Questions » সাহিত্য অকাডেমি বঁটা পোনপ্ৰথমে কিমান চনত দিয়া হৈছিল? প্ৰথম বিজয়ী কোন আছিল?
People who are Follow This Question
Open

About User

Question Asked 1

Answer Given 1

0 0 0 0

সাহিত্য অকাডেমি বঁটা পোনপ্ৰথমে কিমান চনত দিয়া হৈছিল? প্ৰথম বিজয়ী কোন আছিল? Open

2
Answers(1)
1

সাহিত্য অকাডেমি পোনপ্ৰথমে ১৯৫৪ চনত স্হাপন হৈছিল। ভাৰতৰ ২৪ টা ভাষাত এই বঁটা প্ৰদান কৰা হয়। অসমীয়া ভাষাৰ প্ৰথম সাহিত্য অকাডেমি লাভ কৰা সাহিত্যিক গৰাকী হৈছে যতীন্দ্র নাথ দুৱৰা। তেওঁ বনফুল নামৰ কবিতা সংকলনৰ বাবে এই বঁটা লাভ কৰিছিল।