asked by Litcul Official in Science near India on 24 Aug,2020
seven colours of rainbow how many color of rainbow
সাহিত্য অকাডেমি পোনপ্ৰথমে ১৯৫৪ চনত স্হাপন হৈছিল। ভাৰতৰ ২৪ টা ভাষাত এই বঁটা প্ৰদান কৰা হয়। অসমীয়া ভাষাৰ প্ৰথম সাহিত্য অকাডেমি লাভ কৰা সাহিত্যিক গৰাকী হৈছে যতীন্দ্র নাথ দুৱৰা। তেওঁ বনফুল নামৰ কবিতা সংকলনৰ বাবে এই বঁটা লাভ কৰিছিল।
We are a close community to help to meet and greet new people.
We are a secure community with 5000+ active members who help you with your queries, post new updates and grow your network.