Browse Questions » মামণি ৰয়ছম গোস্বামীৰ মুঠ উপন্যাস কেইখন আৰু কি কি?
People Who Liked This Question
Open

About User

Question Asked 1

Answer Given 1

4 0 0 0

মামণি ৰয়ছম গোস্বামীৰ মুঠ উপন্যাস কেইখন আৰু কি কি? Open

1
Answers(2)
2

মামণি ৰয়ছম গোস্বামীৰ মুঠ উপন্যাস ১৪ খন। সেইকেইখন হৈছে: ১/ চেনাবৰ স্ৰোত (১৯৭২), ২/  নীলকণ্ঠী ব্ৰজ (১৯৭৬), ৩/  অহিৰণ (১৯৮০), ৪/ মামৰে ধৰা তৰোৱাল (১৯৮০), ৫/ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮), ৬/ উদয়ভানুৰ চৰিত্ৰ (১৯৮৯), ৭/ ঈশ্বৰী জখমী যাত্ৰী (১৯৯১) ৮/ সাপৰ ছালৰ জোতা, ৯/ তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪), ১০/ ভিক্ষাৰ পাত্ৰ ভাঙি, ১১/ আধালেখা দস্তাবেজ, ১২/ দাশৰথীৰ খোজ (১৯৯৯), ১৩/ ছিন্নমস্তাৰ মানুহটো (২০০১), ১৪/ থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬) ।