asked by Litcul Official in Science near India on 24 Aug,2020
seven colours of rainbow how many color of rainbow
মামণি ৰয়ছম গোস্বামীৰ মুঠ উপন্যাস ১৪ খন। সেইকেইখন হৈছে: ১/ চেনাবৰ স্ৰোত (১৯৭২), ২/ নীলকণ্ঠী ব্ৰজ (১৯৭৬), ৩/ অহিৰণ (১৯৮০), ৪/ মামৰে ধৰা তৰোৱাল (১৯৮০), ৫/ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮), ৬/ উদয়ভানুৰ চৰিত্ৰ (১৯৮৯), ৭/ ঈশ্বৰী জখমী যাত্ৰী (১৯৯১) ৮/ সাপৰ ছালৰ জোতা, ৯/ তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪), ১০/ ভিক্ষাৰ পাত্ৰ ভাঙি, ১১/ আধালেখা দস্তাবেজ, ১২/ দাশৰথীৰ খোজ (১৯৯৯), ১৩/ ছিন্নমস্তাৰ মানুহটো (২০০১), ১৪/ থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬) ।
We are a close community to help to meet and greet new people.
We are a secure community with 5000+ active members who help you with your queries, post new updates and grow your network.