Browse Questions » প্ৰতিযোগিতাৰ বাবে প্ৰৱন্ধসমূহ ক'ত জমা কৰিম?
Open

About User

Question Asked 1

Answer Given 1

0 0 0 0

প্ৰতিযোগিতাৰ বাবে প্ৰৱন্ধসমূহ ক'ত জমা কৰিম? Open

0
প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিম আৰু প্ৰৱন্ধ কেনেকৈ জমা কৰিম কোনোবাই জনাব নেকি?
Answers(1)
0

Litcul প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আপুনি কেৱল কেইটামান পৰ্য্যায় সম্পন্ন কৰিলেই হল। তাৰ আগতেই প্ৰতিযোগিতাৰ নিয়মসমূহ জানি লোৱাটো অতি জৰুৰী।প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিব আৰু গল্প/প্ৰৱন্ধসমূহ কেনেদৰে আপলোড কৰিব  লগতে নিয়মাৱলী ইতিমধ্যেই ব্লগত প্ৰকাশ কৰা হৈছে। আপুনি সকলোবোৰ তথ্য তাতেই পাব।অনুগ্ৰহ কৰি Blog লৈ যাওক।